সাৱধান পাকিস্তান!

: পাকিস্তানক এসেকা দিবলৈ প্ৰস্তুত ভাৰত। 

: কাশ্মীৰত মোতায়েন সেনাৰ ১০০ টা কোম্পানী। 

: SSB¸ ITBPৰ ১০টাকৈ কোম্পানী মোতায়েন কাশ্মীৰত।

: CRPFৰ ৪৫¸ BSFৰ ৩৫ টা কোম্পানী মোতায়েন।

: LOCত BSFৰ ৩৫টা কোম্পানীক মোতায়েনৰ সম্ভাৱনা।