anitwitter
anitwitter

newsnextone.com | ডিজিটেল ডেস্কঃ শুকুৰবাৰৰ নিশাৰ আকাশৰ শেহতীয়া দৃশ্য৷ শতাব্দীৰ দীৰ্ঘতম পূৰ্ণ চন্দ্ৰগ্ৰহণৰ শেহতীয়া প্ৰতিচ্ছবি সমগ্ৰ বিশ্বই প্ৰত্যক্ষ কৰি আছে৷

 সমগ্ৰ বিশ্ববাসীৰ বাবে এটা বিশেষ নিশা হৈ ৰল। নিশা আকাশত প্ৰত্যক্ষ কৰিলে বিলৰ দৃশ্য৷ একেলগে তিনিটাকৈ বিৰল মহাজাগতিক পৰিঘটনা প্ৰত্যক্ষ কৰিলে সমগ্ৰ বিশ্বই। ভাৰতৰ অমৃতসৰ, কেৰেলা, তিৰুৱন্তপুৰুম, বাৰানসী, জয়পুৰ সুন্দৰকৈ দেখা পালে শতাব্দীৰ দীৰ্ঘতম পূৰ্ণ চন্দ্ৰগ্ৰহণ দৃশ্য৷ যি ঘটনা প্ৰত্যক্ষ কৰিবলৈ উদগ্ৰীৱ হৈ আছিল বিশ্ববাসী।