newsnextone.com।মাজুলী: মাজুলীৰ জিলা ভিত্তিত আজি দেওবাৰে মাজুলীৰ কমলা বাৰী মিলন সংঘত এক দিহানাম প্ৰতিযোগিতাৰ আয়োজন কৰে ।মাজুলীৰ জিলাৰ বীৰাংগনা নাৰী সমাজে ।তেওঁ লোকৰ দ্বি বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে এই আন্ত মাজুলীৰ ভিত্তিত দিহানাম প্ৰতিযোগিতাৰ আয়োজন কৰে ।পূৱা ৯ বজাত তেওঁ লোকে পতকা উত্তোলন কৰে ।আৰু সঞ্চালিকা ৰেখা বৰা বৰুৱাৰ বাইদেউ ৱে সকলো কে এই অনুষ্ঠান ভালদৰে চলাই নিবলৈ আহবান জনাই ।লগতে মাজুলীৰ কেইবা জনো গন‍্য মান‍্য ব‍্য‌ক্তি উপস্থিত থাকে লগতে ম‌ধ‍্য মাজুলীৰ কমলা বাৰী স‌এ বুঢ়া ভকত লোকনাথ শ‌ইকীয়া বৰ গায়ন উপস্থিত থাকে ।প্ৰায় ৫০ টা দলে দিহানাম প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে ।