newsnextone.com | ডিজিটেল ডেস্কঃ চুবুৰীয়া দেশ শ্ৰীলংকাৰ পৰা অবৈধ ভাৱে ভাৰতত প্ৰৱেশ কৰা তিনিগৰাকী শৰণাৰ্থীক তামিলনাডু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ জানিব পৰা মতে, ভাৰতত কিছুদিন থাকি বৃহস্পতিবাৰে নিজ দেশলৈ ঘুৰি যাবলৈ চেষ্টা কৰাৰ সময়তে তামিল আৰক্ষীয়ে তিনিগৰাকী শৰণাৰ্থীক গ্ৰেপ্তাৰ কৰে৷ 

আৰক্ষীয়ে সোধ-পোছ অব্যাহত ৰাখিছে বুলি জানিব পৰা যায়৷ তেওঁলোকে অবৈধ বাৱে সীমান্ত অতিক্ৰম কৰি দেশলৈ যাবৰ বাবে চেষ্টা কৰিছিল৷ তেওঁলোকৰ ভিতৰত এগৰাকী মহিলাও আছে৷