শোনিতপুৰ জিলা  ছাত্ৰ সন্থা ৰ উদ্যোগত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত তেজপুৰত  জোৰ সমদল কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি এই জাতিধ্বংসী বিধেয়ক বাতিলৰ বাবে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক সকীয়াই দিয়া হয় ।

উক্ত কাৰ্যসূচীত উপস্থিত থাকে আছুৰ সহ: সাধাৰণ সম্পাদক দুলদুল বৰকটকী আৰু জিলা  সভাপতি অভিজিৎ নাথ,আছুৰ কৰ্ম কৰ্তা আৰু স্থানীয় সমাজ সচেতন ব্যক্তি সকল।