প্ৰতীকি ফটো
প্ৰতীকি ফটো

newsnextone.com | ডিজিটেল ডেস্কঃ এগৰাকী বিজেপিৰ বুথ সভাপতিক গুলিয়াই হত্যা কৰাৰ খবৰ আহিছে। 

জানিব পৰা মতে, ৰাজস্থানৰ শোৱাই মধুপুৰ জিলাৰ গংগাপুৰৰ বাৰ্চি বিজেপিৰ সভাপতিক গুলিয়াই হত্যা কৰা বুলি জানিব পৰা গৈছে। 

বিজেন্দ্ৰ মিশ্ৰা নামৰ বিজেপি সভাপতিক গুলিয়াই হত্যা কৰে।