newsnextone.com| তেজপুৰঃ ২০১৮ চনৰ ১৬ চেপ্তেম্বৰ তাৰিখে সংঘটিত হোৱা পথ দুৰ্ঘটনাত নিহত হোৱা ৰূপম কলিতা আৰু মোহন দাসৰ আজি আদ্যশ্ৰাদ্ধৰ দিনা অঞ্চলটোৰ ৰাইজে যুৱকবৃন্দই শ্ৰদ্ধাৰে সোঁৱৰিছে৷ দুয়োৰে আত্মাই চিৰশান্তি পাওক তাৰে কামনা পৰমেশ্বৰৰ ওচৰত দুয়োজন যুৱকৰ প্ৰতিছবিত মাল্য প্ৰদান কৰি লক্ষীধৰ বৰা আৰু  অজিত শইকীয়াই শ্ৰদ্ধা নিবেদন কৰাৰ লগতে উত্তৰ পশ্চিম তেজপুৰ সাহিত্য সভাৰ ভাৰপ্ৰাপ্ত সভপতি কামেশ্বৰ দাসে নিহত ৰূপম কলিতা কবিতা পুথি উন্মোচন কৰে৷