newsnextone.comতেজপুৰঃ সমগ্ৰ বিশ্বৰ লগতে মঙ্গলবাৰে শোণিতপুৰৰ বালিপৰাতো বিশ্ব ফাৰ্মাচিষ্ট দিৱস উদযাপন কৰা হয়। ৰঙাপৰা ৰাজহ চক্ৰৰ অন্তৰ্গত ৰঙাপৰা আৰু বিশ্বনাথ চাৰিআলিৰ বিভিন্ন চাহ  বাগিচাৰ পৰা অহা শতাধিক ফাৰ্মাচিষ্টৰ উপস্থিতিত কেইবাগৰাকীও জ্যেষ্ঠ ফৰ্মাচিষ্টে ফাৰ্মাচিষ্টৰ বিভিন্ন কৰ্ম আৰু সমস্যাসমূহৰ বিষয়ে আলোকপাত কৰি বক্তব্য আগবঢ়ায়।