মৰিয়নীঃ মৰিয়নীৰ নকচাৰীত আজি সদৌ আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আৰু কেইবাটাও সংগঠনৰ সহযোগত নকচাৰীৰ স্থানীয় ৰাইজৰ লগত প্ৰায় ৬শতাধিক লোকে নামনিমুৱা লামডিং তিনিচুকীয়া ৫৫৯০২ যাত্ৰীবাসী ৰেল গাড়ীখন অৱৰোধ কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
আমাৰ লক্ষ্য 'News Next One’ক মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা। কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ। সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক। আমাৰ বেংক একাউণ্ট নম্বৰঃ NEWSNEXTONE.COM, A/C No: 50200046365374, IFSC: HDFC0000758, HDFC BANK, Noonmati Branch।